LibreOffice 3.3 ReadMe

এই প্ৰগ্ৰেমটোৰ বিষয়ে এই ফাইলটোত গুৰুত্বপূৰ্ণ তথ্য আছে. অনুগ্ৰহ কৰি কাম আৰম্ভ কৰাৰ আগতে এই তথ্যবোৰ সাৱধানেৰে পঢ়ক.

LibreOffice সঁচাকৈ বিনামূলীয়া নে ?

LibreOffice কিয় মুক্ত ?

LibreOffice ক আপুনি মুক্তভাবে ব্যৱহাৰ কৰিব পাৰে কাৰণ অংশ লোৱা লোকে আৰু কৰপ'ৰেট স্পন্সৰে ডিজাইন, টেস্ট, অনুবাদ, ডকুমেন্ট,সমৰ্থন,মাৰ্কেট আৰু সহায় কৰিছে যাতে LibreOffice এই ৰূপত ওলায় - বিশ্বৰ প্ৰমূখ মুক্ত উৎসৰ কাৰ্যালয়ৰ চালনাজ্ঞান হিচাপে ।

ইনষ্টলেছন টোকা

চালনাজ্ঞান আঁতৰুৱা বা সংস্থাপন কৰাৰ আগতে আপুনি প্ৰণালীৰ নকল এটা থ'ব ।

অনুগ্ৰহ কৰি নিশ্চিত হওক যে আপোনাৰ কম্পিউটাৰৰ সাময়িক নিৰ্দেশিকাটোত আপোনাৰ যথেষ্ট স্বতন্ত্ৰ স্মৃতি আছে আৰু পঢ়া, লিখা আৰু চলাৰ প্ৰৱেশৰ অধিকাৰবোৰ অনুমোদিত হৈছে. ইনষ্টলেছন আৰম্ভ কৰাৰ আগতে অন্য সকলোবোৰ প্ৰগ্ৰেম বন্ধ কৰক.

আৰম্ভ কৰোঁতে সমস্যা

চাবিবোৰৰ ছৰ্টকাট

ফাইল লক কৰি আছে

সকিয়নি: এই গুনে Solaris 2.5.1 আৰু 2.7 যাক Linux NFS 2.0 ৰ লগত ব্যৱহাৰ কৰা হয়, তাত সমস্যা দিব পাৰে । আপোনাৰ প্ৰণালীত এই স্থিতিমাপ থাকিলে, আপুনি ফাইল লক কৰা গুণ ব্যৱহাৰ নকৰিব । ন'হ'লে, লিনাক্স কম্পিউটাৰৰ পৰা LibreOffice এৰে এটা NFS mounted directory ৰ পৰা ফাইল খুলিবলৈ সি হেঙ্ হ'ব ।

গুৰুত্বপূৰ্ণ অভিগমৰ টোকা

ৰেজিষ্ট্ৰেছন

অনলাইন এটা User Survey আছে যি আপোনাক সম্পূৰণ কৰিবলে আমি আগ্ৰহ কৰো । User Survey ফলাফলে LibreOffice ক সহায় কৰিব next-generation office suite সৃষ্টি কৰিবলৈ সহায় কৰিব । ইয়াৰ Privacy Policy ৰে, LibreOffice Community য়ে আপোনাৰ ব্যক্তিগত তথ্য ৰক্ষা কৰিবলৈ চেষ্টা কৰে ।

ব্যৱহাৰকৰ্তাৰ সমৰ্থন

Za podršku unutar zajednice OpenOffice.org korisnika u Srbiji posetite http://sr.openoffice.org/podrska.html . Dopisna lista na srpskom jeziku je dostupna na e-adresi users@sr.openoffice.org. Posetite prethodnu stranicu da saznate o pretplati na listu i pretražite javno dostupnu arhivu.

За подршку унутар заједнице OpenOffice.org корисника у Србији посетите http://sr.openoffice.org/podrska.html . Дописна листа на српском језику је доступна на е-адреси users@sr.openoffice.org. Посетите претходну страницу да сазнате о претплати на листу и претражите јавно доступну архиву.

এই গুৰুত্বপূৰ্ন মুক্ত উৎসৰ পৰিকল্পনাত LibreOffice Community য়ে বহুতো লাভ পাব আপোনাৰ সক্ৰিয় অংশ গ্ৰহণৰ পৰা ।

অনুমোদন কৰিব পাৰে

যদিও আপোনাৰ ছফটৱেৰ ডিজাইন বা ক'ডিং অভিজ্ঞতা সীমিত এই গুৰুত্বপূৰ্ণ অপেন উত্স প্ৰজেক্টটোলৈ আপুনি অধিক পৰিমাণৰ বৰঙণি আগবঢ়াব পাৰে. হয়, আপুনি!

নতুন LibreOffice 3.3 ৰ লগত কাম কৰি আপুনি ভাল পাব বুলি ভাবিছো আৰু আমাক অনলাইন লগ ধৰিব ।

OpenOffice.org সম্প্ৰদায়

ব্যৱহৃত/ ৰূপান্তৰিত উত্স ক'ড

Portions Copyright 1998, 1999 James Clark. Portions Copyright 1996, 1998 Netscape Communications Corporation.